Ene Lage
Similar songs
Frustrated Freestyle
Rock B02:58
Moi Aji
DETROIT DYG02:57
Kyun
AASHU,Sllice02:49
Ek Dui Tini
DETROIT DYG01:32
Tumi Jen Upohar
D VIBE$03:25
Xekh Khyonor Xongeet
Zin03:30
Eti Nixa
Zin03:19
Raati
Mrinal Mon05:09
Oxanto Mon
Kuljit03:25
Evergreen (Remastered)
JUNNUN02:44
Similar Songs
Frustrated Freestyle
Rock B
Moi Aji
DETROIT DYG
Kyun
AASHU,Sllice
Ek Dui Tini
DETROIT DYG
Tumi Jen Upohar
D VIBE$
Xekh Khyonor Xongeet
Zin
Eti Nixa
Zin
Raati
Mrinal Mon
Oxanto Mon
Kuljit
Evergreen (Remastered)
JUNNUN
About song
Album: Upohar
Genre :Hip Hop
10 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Yeah, yeah
Yeah, yeah
Yeah, yeah
এনে লাগে (এনে লাগে)
মোৰ এনে লাগে (এনে লাগে)
Yeah, yeah
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (Yeah, yeah)
তুমি পৰশতে থাকা মোৰ দিনে ৰাতি (yeah)
তোমাৰ last name মই change কৰিম জল্ডী (yeah)
ৰৈ আছোঁ মই তোমাৰ বাবে গুৱাহাটীত (গুৱাহাটীত)
দেৰগাঁওৰ পৰা কৰিছোঁ মই মৰম receive (মৰম received)
এতিয়া মইটো bless feel কৰি আছোঁ (কৰি আছোঁ)
কথা পাতিলে দূৰত গুচি যাই stress বোৰো (stress বোৰো)
প্ৰথম চাৱনিতে মই যে ৰৈ গলো (ৰৈ গলো)
অলপ ৰৈ ফালে এইবাৰ মই বৈ গলো (বৈ গলো)
বৈ গলো মই, তোমাতেই, তোমাতেই (owowo)
ৰৈ গলো মই, চাৱনিতে, চাৱনিতে
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা, yeah)
মই যাই আছো নৰখাকে একেৰাহে (yeah, yeah)
মই জানো আমি দুয়ো আছো বাহিৰতে (বাহিৰতে)
কিছু হাঁহিৰ কাৰণ তুমি হৈ যে পৰিছা (যে পৰিছা)
আৰু কিছু হাঁহি আনিম মই তোমাৰ বাবে (তোমাৰ বাবে)
সঁৰগ কৰি দিছা মণৰে বাগিচাখন (বাগিচাখন)
আৰু তোমাৰ বাবে লৈ যাম ফুল মই (গোলাপ ফুল মই)
এবাৰ মৰমতে মাত দিলে কত বুলি (কত বুলি)
কও তোমাক মই আছো যে ৰোমত (yeah, yeah)
বৈ গলো মই, তোমাতেই, তোমাতেই (yeah)
ৰৈ গলো মই, চাৱনিতে, চাৱনিতে
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
এনে লাগে, মোৰ এনে লাগে তুমি কাষৰতে যে সদায় (সদায়)
তুমি মোৰেই যেন গানৰে সুৰ আৰু হলা কল্পনা (কল্পনা)
Yeah, yeah, yeah, yeah
Yeah, yeah, yeah, yeah
Yeah, yeah, yeah, yeah
Yeah, yeah, yeah, yeah